সময়সাপেক্ষ কবিতাকোনো বিশেষ উপলক্ষে ৰচনা কৰা কবিতা / From Wikipedia, the free encyclopedia সময়সাপেক্ষ কবিতা (ইংৰাজী: Occasional Poetry) হ’ল কোনো বিশেষ উপলক্ষে ৰচনা কৰা কবিতা। সাহিত্যৰ ইতিহাসত ইয়াক প্ৰায়ে মৌখিক, পৰিৱেশন, পৃষ্ঠপোষকতাৰ সৈতে জড়িত কৰি অধ্যয়ন কৰা হয়। গ'থে কৈছিল যে "সময়সাপেক্ষ কবিতা সৰ্বোচ্চ প্ৰকাৰৰ" (Goethe in the Roman Campagna), (১৭৮৬)
সময়সাপেক্ষ কবিতা (ইংৰাজী: Occasional Poetry) হ’ল কোনো বিশেষ উপলক্ষে ৰচনা কৰা কবিতা। সাহিত্যৰ ইতিহাসত ইয়াক প্ৰায়ে মৌখিক, পৰিৱেশন, পৃষ্ঠপোষকতাৰ সৈতে জড়িত কৰি অধ্যয়ন কৰা হয়। গ'থে কৈছিল যে "সময়সাপেক্ষ কবিতা সৰ্বোচ্চ প্ৰকাৰৰ" (Goethe in the Roman Campagna), (১৭৮৬)