সদস্য বাৰ্তা:Jayantanth
From Wikipedia, the free encyclopedia
স্বাগতম!Jayantanth
The Special Barnstar | ||
প্রিয় সতীর্থবন্ধু, অসমীয়া ৱিকিপিডিয়ায় আপনার অবদানের জন্যে আমাদের এই সামান্য সন্মান অর্ঘ্য স্বীকার করে আমাদের বাধিত করুণ। আপনাকে নিরন্তর আমাদর মধ্যে পাব বলে আশা রাখিলাম। প্রভাকৰ শৰ্মা নেওগ 12:45, 14 অক্টোবৰ 2011 (UTC) |
ৱিকিপিডিয়ালৈ আদৰিছো। আপোনাৰ অৰিহনাৰ বাবে ধন্যবাদ। আশাকৰো আপুনি আমাৰ সংগ উপভোগ কৰিছে আৰু আমাৰ লগত সদায় সংযুক্ত হৈ থাকিব। একেবাৰে নতুনকৈ অহা সকলৰ বাবে তলত দিয়া পৃষ্ঠা-সংযোগ কেইটা অতি উপযোগী:
- ৱিকিপিডিয়াৰ পাঁচটা স্তম্ভ
- পৃষ্ঠা এটা কেনেকৈ সম্পাদনা কৰিব
- সহায়ক পৃষ্ঠা
- সহায়িকা
- উচ্চমানৰ প্রবন্ধ কেনেকৈ লেখে
- পৃষ্ঠাসজ্জাৰ হাতপুথি
মই আশাকৰো সম্পাদনাৰ কামটো আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। অনুগ্রহ কৰি কথা-বতৰা পৃষ্ঠাত নিজৰ স্বাক্ষৰ কৰিবলৈ চাৰিটা টাইল্ড (~~~~) ব্যৱহাৰ কৰক; ই নিজে নিজে আপোনাৰ নাম আৰু তাৰিখ সংলগ্ন কৰি দিব। যিকোনো সহায়ৰ বাবে চাওঁক ৱিকিপিডিয়া: প্রশ্ন ক'ত সুধিম, মোক সুধিবলৈ মোৰ কথা-বতৰা পৃষ্ঠালৈ যাওঁক, বা আপোনাৰ কথা-বতৰা পৃষ্ঠাত {{helpme}}
সুমুৱাই দিওঁক আৰু কোনোবা অতি সোনকালেই আপোনাৰ প্রশ্নৰ উত্তৰ দিবলৈ আগবাঢ়ি আহিব। আকৌ এবাৰ, ৱিকিপিডিয়ালৈ আদৰিছোঁ। --Jose77 ০২:৪৭, ৩ জুন ২০০৯ (UTC)