সদস্য বাৰ্তা:Biraj
From Wikipedia, the free encyclopedia
--Eukesh ০৬:৫৮, ২৭ অক্টোবৰ ২০০৭ (UTC)
অক্লান্ত কৰ্মী পদক | ||
প্রিয় সতীৰ্থ বন্ধু, অসমীয়া ৱিকিপিডিয়াত আপোনাৰ লগত কামকৰাৰ অভিজ্ঞতাৰ সূযোগ আৰু আপোনাৰ অমূল্য আৰু অবিৰত অৱদানৰ স্বীকৃতি হিচাবে আমাৰ এই সমান্য সন্মান অৰ্ঘ্য প্রদান কৰিলোঁ। আপোনাৰ লগত ভৱিষ্যতেও এনেদৰে কাম কৰি থাকিবলৈ পাম বুলি আশা কৰিলোঁ। অনুগ্রহ কৰি আপুনিও আপোনাৰ সতীৰ্থ-সহযোগী সকলক উচিত ক্ষেত্রত এনেধৰণৰ "পদকে"ৰে সন্মানিত কৰে যেন। প্রভাকৰ শৰ্মা নেওগ 11:55, 14 অক্টোবৰ 2011 (UTC) |
নমস্কাৰ, Biraj
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |