সদস্য বাৰ্তা:Ajonajona
From Wikipedia, the free encyclopedia
(Bishnu Saikia) বিষ্ণু শইকীয়া 11:38, 30 নভেম্বৰ 2011 (UTC)
নমস্কাৰ, Ajonajona
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
টাবু টাইড চাৰক মই যঠেষ্ট ওচৰৰ পৰা পাইছোঁ। DOEACC-ITES প্রজেক্টত কঠিত ইংৰাজী শিক্ষাত ফনেটিক্চ আৰু উচ্চাৰণ শিকোৱাৰ ক্ষেত্ৰত চাৰৰ অবদানেৰেই এই প্রজেক্টটোৱে সিংহভাগ সাফল্য লাভ কৰিছিল। প্রচাৰ বিমুখী চাৰক আমি অসমৰ ৰাইজে এতিয়াও আৰু আৰু অনেক সন্মান দিবলৈ বাকী আছে।
চাৰৰ মৰমীয়াল ব্যক্তিত্বৰদ্বাৰা মই অত্যন্ত অনুপ্রাণিত হৈছিলোঁ।
প্রভাকৰ শৰ্মা নেওগ 08:38, 2 ডিচেম্বৰ 2011 (UTC)