সদস্য বাৰ্তা:উদ্দীপতালুকদাৰ
From Wikipedia, the free encyclopedia
test উদ্দীপতালুকদাৰ 16:51, 25 ডিচেম্বৰ 2011 (UTC)
অক্লান্ত কৰ্মী পদক | ||
উদ্দীপ, অসমীয়া ৱিকিপিডিয়াত আপোনাৰ অমূল্য আৰু অবিৰত অৱদানৰ স্বীকৃতি হিচাবে আমাৰ এই সমান্য সন্মান অৰ্ঘ্য প্রদান কৰিলোঁ। অনুগ্রহ কৰি আপুনিও আপোনাৰ সতীৰ্থ-সহযোগী সকলক উচিত ক্ষেত্রত এনেধৰণৰ "পদকে"ৰে সন্মানিত কৰে যেন। প্রভাকৰ শৰ্মা নেওগ 11:53, 14 অক্টোবৰ 2011 (UTC) |
নমস্কাৰ, উদ্দীপতালুকদাৰ
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
প্রভাকৰ শৰ্মা নেওগ 10:55, 14 অক্টোবৰ 2011 (UTC)