সংগীত নাটক একাডেমী
ভাৰতৰ সংগীত নাটক একাডেমী। / From Wikipedia, the free encyclopedia
সংগীত নাটক একাডেমী বা ৰাষ্ট্ৰীয় সংগীত, নৃত্য আৰু নাটক একাডেমী ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতীয় সংগীত, নাটক আৰু নৃত্যৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্যে স্থাপন কৰা এখন চৰকাৰী সন্থা। ইয়াৰ মুখ্য কাৰ্যালয় দিল্লীৰ ফিৰোজশ্বাহ মাৰ্গৰ ৰবীন্দ্ৰ ভৱনত অৱস্থিত।
ক্ষিপ্ৰ তথ্য সংগীত নাটক একাডেমী Sangeet Natak Akademi, প্ৰতিষ্ঠা ...
সংগীত নাটক একাডেমী Sangeet Natak Akademi | |
---|---|
নতুন দিল্লীৰ ফিৰোজশ্বাহ মাৰ্গত অৱস্থিত ৰবীন্দ্ৰ ভৱন, সাহিত্য অকাডেমি, ললিত কলা একাডেমী আৰু সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় | |
প্ৰতিষ্ঠা | মে' ৩১, ১৯৫২ (1952-05-31) (৭১ বছৰ পূৰ্বে) |
প্ৰধান কাৰ্যালয় | ৰবীন্দ্ৰ ভৱন, ফিৰোজশ্বাহ ৰোড, নতুন দিল্লী |
সেৱা ক্ষেত্ৰ | ভাৰত |
ৱেবছাইট | sangeetnatak.org |
বন্ধ কৰক