শুৱালকুছি
From Wikipedia, the free encyclopedia
শুৱালকুছি (ইংৰাজী: Sualkuchi) অসমৰ কামৰূপ জিলাৰ অন্তৰ্গত এখন লোকপিয়ল নগৰ। ই গুৱাহাটীৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে অৱস্থিত। শুৱালকুছিত অসংখ্য হাতেবোৱা কাপোৰৰ উদ্যোগ থকা বাবে ইয়াক "অসমৰ মানচেষ্টাৰ" (Manchester of Assam) বুলি কোৱা হয়।[1] কামৰূপ জিলাৰ এই খণ্ডটোৰ মাটিকালি প্ৰায় ৯০ বৰ্গকিলোমিটাৰ।
ক্ষিপ্ৰ তথ্য
শুৱালকুছি | |
অসমৰ মানচেষ্টাৰ | |
— নগৰ — | |
স্থানাঙ্ক | [http://tools.wmflabs.org/geohack/geohack.php?pagename=%E0%A6%B6%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A6%B2%E0%A6%95%E0%A7%81%E0%A6%9B%E0%A6%BF&language=as¶ms=26.17_N_91.57
state_name = অসম_E_type:landmark_region:IN-X 26.17°N 91.57 state_name = অসম°E / 26.17; 91.57 state_name = অসম]এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত শব্দ "state"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত শব্দ "state"{{#coordinates:}}: invalid longitude |
দেশ | ভাৰত |
জিলা | কামৰূপ |
জনসংখ্যা • ঘনত্ব |
14,129 (2001[update]) • 157 /কিমি২ (407 /বৰ্গ মাইল) |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
মাটিকালি • উচ্চতা |
>90 km2 (35 sq mi) • 35 m (115 ft) |
ৱেবছাইট | www.sualkuchi.webs.com |
বন্ধ কৰক