শকুনি (ইংৰাজী: Shakuni) হৈছে ধৃতৰাষ্ট্ৰৰ পত্নী গান্ধাৰীৰ ভায়েক আৰু দুৰ্যোধন ৰজাৰ মোমায়েক। শকুনি বেচি সময় হস্তিনাপুৰত থাকি দুৰ্যোধনৰ মন্ত্ৰিত্ব কৰে।[1] তেওঁ উলূক[2] আৰু বৃকাসুৰৰ পিতৃ তথা আৰশীৰ স্বামী আছিল।
ক্ষিপ্ৰ তথ্য শকুনি, তথ্য ...
শকুনি |
---|
মহাভাৰতৰ চৰিত্ৰ |
তথ্য |
---|
পৰিয়াল |
সুবল (পিতৃ), সুদৰ্মা (মাতৃ), গান্ধাৰী (ভনী) |
---|
দাম্পত্যসঙ্গী |
আৰশী |
---|
সন্তান |
উলূক আৰু বৃকাসুৰ |
বন্ধ কৰক