লুটৱিস ফান বিটহ'ফন
জাৰ্মান সংগীতজ্ঞ / From Wikipedia, the free encyclopedia
লুডৱিগ ভেন বীথোভেন (জাৰ্মান: [ˈluːtvɪç fan ˈbeːtˌhoˑfn̩] ( শুনক), উচ্চাৰণ: লুটৱিস ফান বিটহ'ফন, ১৭ ডিচেম্বৰ ১৭৭০ত বাপ্টাইজড[1]-২৬ মাৰ্চ ১৮২৭) এগৰাকী জাৰ্মান সুৰকাৰ। পাশ্চাত্য সংগীতৰ শাস্ত্ৰীয় যুগৰ পৰা ৰোমাণ্টিক যুগলৈ পৰিৱৰ্তনৰ কালচোৱাৰ এইগৰাকী সুৰকাৰ বিশ্বৰ অতিকৈ বিখ্যাত আৰু প্ৰভাৱশালী সংগীতজ্ঞৰ অন্যতম। ৯টা চিম্ফণি, ৫টা পিয়ান' কন্সাৰ্ট', ১টা ৱায়'লিন কন্সাৰ্ট', ৩২টা পিয়ান' চ'নাটা, ১৬টা ষ্ট্ৰিং কোৱাৰ্টেট আৰু তেখেতৰ বিখ্যাত মাছ মিছা চ'লেম্নিছ আৰু ফেডেলিঅ' অ'পেৰা তেওঁৰ আটাইতকৈ জনপ্ৰিয় সুৰৰ অন্যতম।
ক্ষিপ্ৰ তথ্য লুডৱিগ ৱান বিটহ'ৱেন, জন্ম ...
লুডৱিগ ৱান বিটহ'ৱেন | |
---|---|
Portrait by Joseph Karl Stieler, 1820 | |
জন্ম | Bonn, Electorate of Cologne |
মৃত্যু | ২৬ মাৰ্চ, ১৮২৭ (aged 56) Vienna, Austrian Empire |
পেচা | Composer and pianist |
স্বাক্ষৰ | |
বন্ধ কৰক