জনসংখ্যা অনুসৰি প্ৰতিগৰাকী মহিলাৰ বিপৰীতে পুৰুষৰ সংখ্যাই হ'ল মানুহৰ লিংগ অনুপাত। বিভিন্ন দেশৰ লিংগ অনুপাতৰ তালিকা এখন তলত দিয়া হৈছে।
লিংগ অনুপাত অনুসৰি দেশসমূহৰ মানচিত্ৰ
পুৰুষতকৈ মহিলা বেছি থকা দেশ
পুৰুষ আৰু মহিলা সমানে থকা দেশ
মহিলাতকৈ পুৰুষ বেছি থকা দেশ
তথ্য নাই |