যোগেন্দ্ৰ সিং যাদৱ
পৰম বীৰ চক্ৰ প্ৰাপক ভাৰতীয় সৈনিক / From Wikipedia, the free encyclopedia
চুবেদাৰ মেজৰ[2] আৰু কেপ্টেইন যোগেন্দ্ৰ সিং যাদৱ পি.ভি.চি (ইংৰাজী: Yogendra Singh Yadav) ভাৰতীয় সেনাৰ এগৰাকী অৱসৰী মান্যতাপ্ৰাপ্ত বিষয়া, যাক কাৰ্গিল যুদ্ধৰ সময়ত প্ৰদৰ্শন কৰা সাহস আৰু কৰ্তব্যবোধৰ বাবে সৰ্বোচ্চ ভাৰতীয় সামৰিক সন্মান পৰম বীৰ চক্ৰ প্ৰদান কৰা হৈছিল। পৰম বীৰ চক্ৰ সন্মান লাভ কৰা তেৱেঁই আটাইতকৈ কম বয়সীয়া সামৰিক বিষয়া, যি ঊনৈশ বছৰ বয়সতে এই সন্মান লাভ কৰিছিল।[3][4]
ক্ষিপ্ৰ তথ্য চুবেদাৰ মেজৰ আৰু কেপ্টেইনযোগেন্দ্ৰ সিং যাদৱ পৰম বীৰ চক্ৰ, জন্ম ...
চুবেদাৰ মেজৰ আৰু কেপ্টেইন যোগেন্দ্ৰ সিং যাদৱ পৰম বীৰ চক্ৰ | |
---|---|
পৰম বীৰ চক্ৰ পিন্ধি চুবেদাৰ যাদৱ (বাওঁফালে) | |
জন্ম | ১০ মে', ১৯৮০ (৪৩ বছৰ)[1] বুলন্দচহৰ জিলা, উত্তৰ প্ৰদেশ, ভাৰত |
আনুগত্য | ভাৰত |
চাকৰি/শাখা | ভাৰতীয় সেনা |
চাকৰিৰ কাৰ্যকাল | ১৯৯৬-২০২১ |
পদমৰ্যদা | চুবেদাৰ মেজৰ কেপ্টেইন |
ইউনিট | এইট্টিনথ গ্ৰেনেডিয়াৰচ্ |
যুদ্ধ-বিগ্ৰহ | কাৰ্গিল যুদ্ধ
|
পুৰস্কাৰ | পৰম বীৰ চক্ৰ য়শ ভাৰতী |
মাতৃশিক্ষানুষ্ঠান | গভৰ্ণমেণ্ট হাইস্কুল, ঔৰংগবাদ আহিৰ, বুলন্দচহৰ |
বন্ধ কৰক