মিছিছিপি নদী
From Wikipedia, the free encyclopedia
মিছিছিপি নদী উত্তৰ আমেৰিকা মহাদেশীয় অপবাহ প্ৰণালী (drainage system) ৰ প্ৰধান নদী৷[3][4] আমৰিকা যুক্তৰাষ্ট্ৰৰ ভিতৰতে মূলত: প্ৰবাহিত হোৱা এই নদী মিনোছ’টাৰ উত্তৰে উৎপত্তি হৈ দক্ষিণলৈ ২,৩২০ মাইল (3,730 km)[4] জুৰি বৈ গৈ Gulf of Mexico ৰ মিছিছিপি নদীৰ ব-দ্বীপ (Mississippi River Delta) ত পৰিছেগৈ৷ ইয়াৰ বিভিন্ন উপনৈসমূহৰ সৈতে মিলি আমেৰিকাৰ ৩১ খন ষ্টেট আৰু কানাডাৰ দুখন প্ৰদেশ বিয়পি আছে৷ মিছিছিপি নদী বিশ্বৰ চতুৰ্থ সৰ্বোচ্চ দৈৰ্ঘ্যৰ আৰু দশম বৃহৎ নদী হিচাপে স্বীকৃত ৷
ক্ষিপ্ৰ তথ্য দেশ, প্ৰদেশসমূহ ...
মিছিছিপি নদী (Mississippi River) | |
Mississippi River near Fire Point in Effigy Mounds National Monument, Iowa | |
Name origin: Ojibwe word misi-ziibi, meaning "Great River", or gichi-ziibi, meaning "Big River" | |
দেশ | United States |
---|---|
প্ৰদেশসমূহ | Minnesota, Wisconsin, Iowa, Illinois, Missouri, Kentucky, Tennessee, Arkansas, Mississippi, Louisiana |
উপনৈ | |
- বাঁওদিশত | St. Croix River, Wisconsin River, Rock River, Illinois River, Kaskaskia River, Ohio River |
- সোঁদিশত | Minnesota River, Des Moines River, Missouri River, White River, Arkansas River, Red River |
চহৰসমূহ | Minneapolis, Saint Paul, Minnesota, La Crosse, Wisconsin, Quad Cities, IA/IL, St. Louis, MO, Memphis, Tennessee, Baton Rouge, LA, New Orleans LA |
উৎস | Lake Itasca[1] |
- অৱস্থান | Itasca State Park, Clearwater County, MN |
- উচ্চতা | ১,৪৭৫ ফুট (৪৫০ মি) |
- স্থানাঙ্ক | 47°14′23″N 95°12′27″W |
মোহনা | Gulf of Mexico |
- অৱস্থান | Pilottown, Plaquemines Parish, LA |
- উচ্চতা | ০ ফুট (০ মি) |
- স্থানাঙ্ক | 29°09′04″N 89°15′12″W |
দৈৰ্ঘ্য | ২,৩২০ মাইল (৩,৭৩৪ কিমি) |
অৱবাহিকা | ১১,৫১,০০০ বৰ্গমাইল (২৯,৮১,০৭৬ বৰ্গকিমি) |
প্ৰবাহ | for mouth; max and min at Baton Rouge, LA |
- গড় | ৫,৯৩,০০০ ঘনফুট/ছেকেণ্ড (১৬,৭৯২ ঘনমিটাৰ/ছেকেণ্ড) [2] |
- সৰ্বোচ্চ | ৩০,৬৫,০০০ ঘনফুট/ছেকেণ্ড (৮৬,৭৯১ ঘনমিটাৰ/ছেকেণ্ড) |
- সৰ্বনিম্ন | ১,৫৯,০০০ ঘনফুট/ছেকেণ্ড (৪,৫০২ ঘনমিটাৰ/ছেকেণ্ড) |
বন্ধ কৰক