মানবেন্দ্ৰ নাথ ৰয়
From Wikipedia, the free encyclopedia
মানবেন্দ্ৰ নাথ ৰয় (ইংৰাজী: Manabendra Nath Roy) আন্তৰ্জাতিক কমিউনিষ্ট আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা আছিল। বিংশ শতাব্দীৰ কুৰি দশকত সুদূৰ লেটিন আমেৰিকা আৰু চীন আদি দেশত গৈ মানবেন্দ্ৰ নাথ ৰয়ে কমিউনিষ্ট আন্দোলনৰ বিশ্বব্যাপী প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তাৰ বাবে আজিও বিশ্বৰ সেইসমূহ কমিউনিষ্ট দেশত তেওঁ স্মৰণীয় হৈ ৰৈছে। স্বাধীনতা-উত্তৰ ভাৰততো মানবেন্দ্ৰ নাথে শোষিত জনগণৰ মুক্তিৰ হকেই কাম কৰি গৈছিল।[1]
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
মানবেন্দ্ৰ নাথ ৰয় | |
---|---|
Manabendra Nath Roy | |
জন্ম | নৰেন্দ্ৰ নাথ ভাট্টাচাৰ্য্য ২১ মাৰ্চ, ১৮৮৭ Changripota, ২৪ পৰগণা, বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত |
মৃত্যু | ২৫ জানুৱাৰী, ১৯৫৪ (৬৬ বছৰ) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
বংশদ্ভূত | বঙালী হিন্দু |
শিক্ষানুষ্ঠান | বেংগল টেকনিকেল ইনষ্টিটিউট, Communist University of the Toilers of the East |
সংস্থা | যুগান্তৰ, ভাৰতীয় কমিউনিষ্ট পাৰ্টি, মেক্সিকো কমিউনিষ্ট পাৰ্টি |
ৰাজনৈতিক আন্দোলন | ভাৰতীয় স্বাধীনতা আন্দোলন, Indo-German Conspiracy, Communism, New Communism |