মাও জেদং
From Wikipedia, the free encyclopedia
মাও জেদং (ইংৰাজী: Mao Zedong) চীন দেশৰ এজন ৰাজনৈতিক নেতা আছিল। ১৮৯৩ চনৰ ২৬ ডিচেম্বৰ তাৰিখে চীন দেশৰ য়ুনান প্ৰদেশৰ (Hunan Province) ছাও ছান (Shaoshan) নামে ঠাইৰ এটা কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰে।[1][2][3][4] খেতিয়কৰ সন্তান মাওক দেউতাকে খেতিয়ক হোৱাটোকে বিচাৰিছিল। কিন্তু শিশু অৱস্থাৰ পৰাই সকলো কথাৰ প্ৰতি সূক্ষ্মদৃষ্টি সম্পন্ন মাওৱে ছাত্ৰাৱস্থাতে উপলব্ধি কৰে যে পৃথিৱীৰ বৃহত্তম জনগোষ্ঠীটোৰ কৃষক শ্ৰমিক সকলৰ দুখ দৈন্য আঁতৰ কৰাৰ ক্ষেত্ৰত তেওঁৰ বহুতো কৰিবলগীয়া আছে। তেওঁ লগতে এইটোও উপলব্ধি কৰে যে শ্ৰমিক শ্ৰেণীৰ জৰ্জড়িত জীৱনৰ যন্ত্ৰণা দূৰ কৰাৰ একমাত্ৰ উপায় বিপ্লৱ। সেয়ে তেওঁ তেওঁৰ উদ্দেশ্য সাধনৰ বাবে প্ৰয়োজনীয় শিক্ষা আহৰণত গুৰুত্ব দিয়ে আৰু দেউতাকে তেওঁ শিক্ষা গ্ৰহণৰ বাবে খৰচ যোগাবলৈ অমান্তি হোৱাত মাওৱে তেওঁৰ বন্ধুবৰ্গৰ পৰা টকা ধাৰ কৰি নিজৰ অধ্যয়নৰ খৰচ যোগাৰ কৰে।
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
মাও জেদং | |
---|---|
毛泽东 | |
মাও জেদং, ১৯৬৩ চনত | |
চীনৰ কমিউনিষ্ট দলৰ চেণ্ট্ৰেল কমিটিৰ প্ৰথম সভাপতি | |
কাৰ্যকাল ১৯ জুন, ১৯৪৫ – ৯ ছেপ্তেম্বৰ, ১৯৭৬ (&এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩".এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"৩১ বছৰ, &এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮".এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"৮২ দিন) | |
সহকাৰী | লিউ চাওকী (ইংৰাজী: Liu Shaoqi) লিন বাইআও(ইংৰাজী: Lin Biao) ঝৌ এনলাই (ইংৰাজী: Zhou Enlai) হোৱা গোৱ'ফেঙ(ইংৰাজী: Hua Guofeng) |
পূৰ্বসূৰী | নিজে (চেণ্ট্ৰেল প'লিৎবুৰ'ৰ সভাপতি ৰূপে) |
উত্তৰসূৰী | হোৱা গোৱ'ফেঙ (ইংৰাজী: Hua Guofeng) |
চীনৰ কমিউনিষ্ট দলৰ চেণ্ট্ৰেল প'লিৎবুৰ'ৰ প্ৰথম সভাপতি | |
কাৰ্যকাল ২০ মাৰ্চ, ১৯৪৩ – ২৮ ছেপ্তেম্বৰ, ১৯৫৮ (&এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১".এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"১৫ বছৰ, &এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১".এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"১৯২ দিন) | |
পূৰ্বসূৰী | ঝেঙ ৱেণ্টিআন (ইংৰাজী: Zhang Wentian) (সাধাৰণ সম্পাদক ৰূপে) |
উত্তৰসূৰী | নিজে (চেণ্ট্ৰেল কমিটিৰ সভাপতি ৰূপে) |
প্ৰথম CPC চেণ্ট্ৰেল মিলিটেৰী কমিছনৰ সভাপতি | |
কাৰ্যকাল ২৩ আগষ্ট, ১৯৪৫ – ১৯৪৯ ৮ ছেপ্তেম্বৰ, ১৯৫৪ – ৯ ছেপ্তেম্বৰ, ১৯৭৬ | |
পূৰ্বসূৰী | পদৰ সৃষ্টি |
উত্তৰসূৰী | হোৱা গোৱ'ফেঙ (ইংৰাজী: Hua Guofeng) |
প্ৰথম CPPCCৰ নেচনেল কমিটিৰ সভাপতি | |
কাৰ্যকাল ২১ ছেপ্তেম্বৰ, ১৯৪৯ – ৫ ডিচেম্বৰ, ১৯৫৪ Honorary Chairman ২৫ ডিচেম্বৰ, ১৯৫৪ – ৯ ছেপ্তেম্বৰ, ১৯৭৬ | |
পূৰ্বসূৰী | পদৰ সৃষ্টি |
উত্তৰসূৰী | ঝৌ এনলাই (ইংৰাজী: Zhou Enlai) |
পিপলছ ৰিপাব্লিক অফ চাইনাৰ প্ৰথম সভাপতি | |
কাৰ্যকাল ২৭ ছেপ্তেম্বৰ, ১৯৫৪ – ২৭ এপ্ৰিল, ১৯৫৯ | |
Premier | ঝৌ এনলাই (ইংৰাজী: Zhou Enlai) |
সহকাৰী | ঝু ডে (ইংৰাজী: Zhu De) |
পূৰ্বসূৰী | পদৰ সৃষ্টি |
উত্তৰসূৰী | লিউ চাওকী (ইংৰাজী: Liu Shaoqi) |
নেচনেল পিপল কংগ্ৰেছৰ সদস্য | |
কাৰ্যকাল ১৫ ছেপ্তেম্বৰ, ১৯৫৪ – ১৮ এপ্ৰিল, ১৯৫৯ ২১ ডেচেম্বৰ ১৯৬৪ – ৯ ছেপ্তেম্বৰ, ১৯৭৬ | |
সমষ্টি | বেইজিং (৫৪–৫৯,৬৪–৭৬) |
ব্যক্তিগত তথ্য | |
জন্ম | ২৬ ডিচেম্বৰ, ১৮৯৩ চাওচান, য়ুনান, চীন |
মৃত্যু | ৯ ছেপ্টেম্বৰ, ১৯৭৬ (৮২ বছৰ) বেইজিং, চীন |
সমাধিস্থল | চেয়াৰমেন মাও মেম'ৰিয়েল হল, বেইজিং, চীন |
ৰাষ্ট্ৰীয়তা | হান চীনা |
ৰাজনৈতিক দল | কমিউনিষ্ট পাৰ্টী অফ চাইনা (ইংৰাজী: Communist Party of China) |
দাম্পত্যসঙ্গী | লুঅ' য়িশিও (ইংৰাজী: Luo Yixiu) (১৯০৭-১৯১০) য়াঙ কাইহুই (ইংৰাজী: Yang Kaihui) (১৯২০-১৯৩০) হে জিঝেন (ইংৰাজী: He Zizhen) (১৯৩০-১৯৩৭) জিয়াঙ কিঙ(ইংৰাজী: Jiang Qing) (১৯৩৯–১৯৭৬) |
পৃথিৱীৰ এক তৃতীয়াংশ জনতাৰ ভাগ্য পৰিবৰ্তনৰ ইপ্সিত লক্ষ্য আগত ৰাখি মাওৱে প্ৰথমতে অধ্যয়ন কৰিবলৈ লয় চীনৰ অতীত ইতিহাস। এই সময়ত মাওক বুৰঞ্জীৰ দুটা ঘটনাই বৰকৈ আকৃষ্ট কৰে। এটা হ’ল ১৮৫০ চনৰ পৰা ১৮৬৫ চনলৈ টাইপিং (Taiping) বিপ্লৱৰ নেতাসকলৰ নেতৃত্বত শ্ৰমিক শ্ৰেণী মুক্ত হ’বলৈ চলোৱা প্ৰচেষ্টা আৰু আনটো হ’ল চানয়েট চেনৰ নেতৃত্বত মাঞ্চু শাসকৰ বিৰুদ্ধে মুক্তি অভিযান।[5]
১৯১৯ চনত, ২৬ বছৰ বয়সত মাওৱে সমগ্ৰ চীন ভ্ৰমণৰ অন্তত ছাংহাইত উপস্থিত হয় আৰু প্ৰথম বিশ্বযুদ্ধত ব্ৰিটিছ আৰু ফৰাচী মিত্ৰ গোষ্ঠীয়ে চীনৰ প্ৰতি বিশ্বাসঘাতকতা কৰাৰ প্ৰতিবাদত ছাত্ৰ সকলে আৰম্ভ কৰা বিক্ষোভ প্ৰদৰ্শনত যোগ দিয়ে।