মাউণ্ট এভাৰেষ্ট
পৃথিৱীৰ সৰ্ব্বোচ্চ পৰ্বত / From Wikipedia, the free encyclopedia
[[File:Mount Everest as seen from Drukair2 PLW edit.jpg|thumb|284px|{{small|মাউণ্ট এভাৰেষ্টৰ দক্ষিণ দিশ]]
ক্ষিপ্ৰ তথ্য মাউণ্ট এভাৰেষ্ট (Mount Everest), উচ্চতা ...
মাউণ্ট এভাৰেষ্ট (Mount Everest) | |
---|---|
सगरमाथा (Sagarmāthā) ཇོ་མོ་གླང་མ (Chomolungma) 珠穆朗玛峰 (Zhūmùlǎngmǎ Fēng) | |
তীব্বতৰ পৰা মাউণ্ট এভাৰেষ্টৰ উত্তৰ দিশৰ দৃশ্য | |
উচ্চতা | 8,848 m (29,029 ft)[1] Ranked 1st |
Prominence | 8,848 m (29,029 ft) Ranked 1st (Notice special definition for Everest) |
তালিকা | Seven Summits Eight-thousander Country high point Ultra |
অৱস্থান | |
Location on the Sagarmatha Zone, Nepal - Tibet, China border | |
অৱস্থিতি | Solukhumbu District, Sagarmatha Zone, Nepal; Tingri County, Xigazê, Tibet Autonomous Region, China[2] |
প্ৰসাৰ | Mahalangur Himal, Himalayas |
স্থানাংক | 27°59′17″N 86°55′31″E[3] |
আৰোহন | |
প্ৰথম আৰোহনকাৰী | 29 May 1953 Edmund Hillary and Tenzing Norgay (First winter ascent 1980 Leszek Cichy and Krzysztof Wielicki[4][5]) |
সহজতম পথ | South Col (Nepal) |
বন্ধ কৰক
মাউণ্ট এভাৰেষ্ট (Mount Everest), (নেপালত Sagarmāthā আৰু তীব্বতত Chomolungma হিচাপে জনা যায় ), পৃথিৱীৰ সৰ্ব্বোচ্চ উচ্চতাত থকা পৰ্বত। ই হিমালয় পৰ্বতমালাৰ মহালংগোৰ ( Mahalangur) অংশত সাগৰ পৃষ্ঠৰ পৰা ৮৮৪৮ মিটাৰ (২৯০২৯ ফুট) উচ্চতাত অৱস্থিত[1]। অৱশ্যে পৃথিৱীৰ কেন্দ্ৰৰ পৰা সৰ্বোচ্চ উচ্চতাত থকা শৃংগটো হৈছে এণ্ডিজ পৰ্বতমালাৰ ’মাউণ্ট চ্চিমব’ৰাজ’ (Mount Chimborazo) ]][8]। চীন আৰু নেপালৰ আন্তঃৰাষ্ট্ৰীয় সীমা এই এভাৰেষ্ট শৃংগত মিলিত হৈছে।