ভ্ৰামক
From Wikipedia, the free encyclopedia
টৰ্ক (ইংৰাজী: Torque) বা বলৰ ভ্ৰামক হ'ল কোনো বস্তুৰ ঘূৰ্ণন বেগ বা কৌণিক ত্বৰণ সলনি কৰিব পৰা পৰা কাৰক। গাণিতিকভাবে, টৰ্ক হ'ল কোনো অক্ষ সাপেক্ষে ঘূৰ্ণনশীল বস্তুৰ ওপৰত ক্ৰিয়া কৰা বল। টৰ্কক সাধাৰণতে গ্ৰীক অক্ষৰ τ (টাউ) দ্বাৰা সূচোৱা হয়।
এই পদাৰ্থ বিজ্ঞান সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
টৰ্কৰ মান ক্ৰমে প্ৰযুক্ত বল (F), ব্যসাৰ্দ্ধ ভেক্টৰ (r) আৰু বলৰ দিশ তথা ব্যাসাৰ্দ্ধ ভেক্টৰৰ মধ্যবৰ্তী কোণৰ (θ) ওপৰত নিৰ্ভৰ কৰে।
গানিতিকভাবেঃ
- τ হ'ল টৰ্ক বা বলৰ ভ্ৰামক,
- r ব্যাসাৰ্দ্ধ ভেক্টৰ
- F বস্তুৰ ওপৰত প্ৰযুক্ত বল,
- × দ্বাৰা ভেক্টৰ পূৰণফল প্ৰকাশ কৰা হৈছে,
- θ দ্বাৰা F আৰু τ ৰ মধ্যবৰ্তী কোণ প্ৰকাশ কৰা হৈছে।[1]