ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য
From Wikipedia, the free encyclopedia
ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য (ইংৰাজী: Bherjan-Borajan-Padumoni Wildlife Sanctuary ) অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ই প্ৰায় ৭.২২ বৰ্গকিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে৷
ক্ষিপ্ৰ তথ্য ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য, অৱস্থান ...
ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য | |
---|---|
অসমত ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্যৰ অৱস্থান | |
অৱস্থান | অসম, ভাৰত |
নিকটতম চহৰ | তিনিচুকীয়া |
মাটিকালি | 7.22 sq. kms |
কৰ্তৃপক্ষ | Department of Environment & Forests, Assam |
বন্ধ কৰক