ভিক্টোৰিয়া হ্ৰদ
From Wikipedia, the free encyclopedia
ভিক্টোৰিয়া হ্ৰদ (Nam Lolwe in Luo; "Nalubaale" in Luganda; Nyanza in Kinyarwanda and some Bantu languages[1]) আফ্ৰিকাৰ বৃহৎ হ্ৰদসমূহ (African Great Lakes) ৰ ভিতৰত এক উল্লেখযোগ্য হ্ৰদ৷ এই হ্ৰদৰ বিষয়ে তথ্য সংগ্ৰহ কৰা প্ৰথম ইংৰাজ পৰিব্ৰাজক জ’ন হেনিং স্পেক ( John Hanning Speke) -এ ৰাণী ভিক্টোৰিয়াৰ নামেৰে ইয়াৰ নাম ভিক্টোৰিয়া হ্ৰদ ৰাখে৷ স্পেকে ১৮৫৮ চনত নীলনদীৰ উৎসৰ অনুসন্ধানত আৰম্ভ কৰা এক অভিযানত এই হ্ৰদ আৱিস্কাৰ কৰে ৷[2][3]
ক্ষিপ্ৰ তথ্য Nalubaale (ভিক্টোৰিয়া হ্ৰদ), অৱস্থান ...
Nalubaale (ভিক্টোৰিয়া হ্ৰদ) | |
---|---|
অৱস্থান | African Great Lakes |
স্থানাংক | 1°S 33°E |
Primary inflows | Kagera River |
Primary outflows | White Nile (river) (known as the "Victoria Nile" as it flows out of the lake) |
Catchment area | 1,84,000 বৰ্গ কি.মি. (71,000 বৰ্গ মাইল) 2,38,900 বৰ্গ কি.মি. (92,200 বৰ্গ মাইল) basin |
Basin countries | Tanzania Uganda Kenya |
Max. length | 337 km (209 মাইল) |
Max. width | 250 km (160 মাইল) |
Surface area | 68,800 বৰ্গ কি.মি. (26,600 বৰ্গ মাইল) |
Average depth | 40 মিটাৰ (130 ফুট) |
Max. depth | 83 মিটাৰ (272 ফুট) |
Water volume | সাঁচ:Convert/km3 |
Shore length1 | 3,440 km (2,140 মাইল) |
Surface elevation | 1,133 মিটাৰ (3,717 ফুট) |
Islands | 84 (Ssese Islands, Uganda; Maboko Island, Kenya) |
Settlements | Bukoba, Tanzania Mwanza, Tanzania Musoma, Tanzania Kisumu, Kenya Kendu Bay, Kenya Homa Bay, Kenya Kampala, Uganda Entebbe, Uganda Jinja, Uganda |
1 Shore length is not a well-defined measure. |
বন্ধ কৰক