ব্যক্তিগত অংকীয় সহায়ক
From Wikipedia, the free encyclopedia
ব্যক্তিগত অংকীয় সহায়ক বা পাৰ্চনেল ডিজিটেল এচিষ্টেন্ট (পি ডি এ) বা পাৰ্চনেল ডেটা এচিষ্টেন্ট[1][2][3] এটি প্ৰায় বৈজ্ঞানিক গণক যন্ত্ৰৰ আকাৰৰ সৰু ন'টবুক, য'ত দিনলিপিৰ দৰে সকলো তথ্য ৰখা হয়। ভ্ৰম্যমান দূৰভাষৰ ব্যাপক প্ৰসাৰৰ আগতে ই অতি জনপ্ৰিয় আছিল। বৰ্তমান পি ডি এৰ স্থান লৈছে বুধিয়ক দূৰভাষে। বৰ্তমান পি ডি এত ব্ৰাউজ কৰিব পাৰি, পত্ৰ পঢ়িব পাৰি, মানচিত্ৰ চোৱা আদি কৰিব পাৰি। কিছু কিছু পি ডি এত খেলো খেলিব পাৰি।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |