বৃহন্নলাFrom Wikipedia, the free encyclopedia বৃহন্নলা (বৃহন্নদা বা বৃহন্নতা বুলিও লিখা হয়) হিন্দু মহাকাব্য মহাভাৰতত অৰ্জুনে গ্ৰহণ কৰা এক পৰিচয়। অজ্ঞাতবাসৰ এবছৰ অৰ্জুনে বিৰাট ৰজাৰ মৎস্য ৰাজ্যত বৃহন্নলা ৰূপে পাৰ কৰিছিল। তেওঁ এই সময়ছোৱাত ৰাজকুমাৰী উত্তৰাক নাচ আৰু গান শিকাইছিল।[1]
বৃহন্নলা (বৃহন্নদা বা বৃহন্নতা বুলিও লিখা হয়) হিন্দু মহাকাব্য মহাভাৰতত অৰ্জুনে গ্ৰহণ কৰা এক পৰিচয়। অজ্ঞাতবাসৰ এবছৰ অৰ্জুনে বিৰাট ৰজাৰ মৎস্য ৰাজ্যত বৃহন্নলা ৰূপে পাৰ কৰিছিল। তেওঁ এই সময়ছোৱাত ৰাজকুমাৰী উত্তৰাক নাচ আৰু গান শিকাইছিল।[1]