বিৰাট (ইংৰাজী: Virata; সংস্কৃত: विराट
) হৈছে হিন্দু ধৰ্মগ্ৰন্থ মহাভাৰতৰ অনুসৰি মৎসদেশৰ ৰজা। তেওঁ উত্তৰ আৰু উত্তৰাৰ পিতৃ তথা অৰ্জুন আৰু সুভদ্ৰাৰ পুত্ৰ অভিমন্যুৰ শহুৰ আছিল। তেওঁৰ পত্নী আছিল সুদেষ্ণা।[1][2][3]
ক্ষিপ্ৰ তথ্য বিৰাট, তথ্য ...
বিৰাট |
---|
মহাভাৰতৰ চৰিত্ৰ |
বিৰাট তেওঁৰ ৰাজ-হাউলিত। |
তথ্য |
---|
পৰিয়াল |
Sahtanika (ভাতৃ) |
---|
দাম্পত্যসঙ্গী |
সুদেষ্ণা |
---|
সন্তান |
উত্তৰ, উত্তৰা, Shveta, আৰু Shankha |
বন্ধ কৰক