বিস্তীৰ্ণ পাৰৰে
From Wikipedia, the free encyclopedia
বিস্তীৰ্ণ পাৰৰে গীতটো ড° ভূপেন হাজৰিকাৰ অপূৰ্ব সৃষ্টি। তেওঁ আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী পল ৰবচনৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হৈছিল। প’ল ৰবচনৰ অল্ড মেন ৰিভাৰ (ইংৰাজী: Ol’ man river) গীতটোৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ "বিস্তীৰ্ণ পাৰৰে" গীতটি ৰচনা কৰিছিল।[1][2] এই গানটোততেখেতে ব্ৰহ্মপুত্ৰৰ কথা উল্লেখ কৰিছে। পাছত ইয়াৰ বাংলা আৰু হিন্দী অনুবাদো প্ৰকাশ কৰা হয়।
ক্ষিপ্ৰ তথ্য ভাষা, মূল শিল্পী ...
"বিস্তীৰ্ণ পাৰৰে" | |
ভাষা | অসমীয়া |
---|---|
মূল শিল্পী | জেৰম কাৰ্ণ (সংগীত পৰিচালক) পল ৰ'বচন (কণ্ঠ) |
ৰেকৰ্ড | ভূপেন হাজৰিকা |
বন্ধ কৰক