বিশ্ব জনসংখ্যা দিৱস
আন্তৰাষ্ট্ৰীয় দিৱস / From Wikipedia, the free encyclopedia
বিশ্ব জনসংখ্যা দিৱস (ইংৰাজী: World Population Day) হৈছে এক বাৰ্ষিক অনুষ্ঠান। প্ৰতি বছৰে ১১ জুলাইত এই দিৱস পালন কৰা হয়। ইয়াৰ দ্বাৰা বিশ্ব জনসংখ্যাৰ বিষয়সমূহৰ প্ৰতি সজাগতা সৃষ্টিৰ চেষ্টা কৰা হয়। ১৯৮৯ চনত ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ গভৰ্নিং কাউন্সিলে এই দিৱসৰ ঘোষণা কৰে।[2] ১৯৮৭ চনৰ ১১ জুলাইত পাঁচ বিলিয়ন দিৱসৰ জনস্বাৰ্থৰ দ্বাৰা এই দিৱসটো অনুপ্ৰাণিত। উক্ত তাৰিখত বিশ্বৰ জনসংখ্যা আনুমানিক পাঁচ বিলিয়নৰ কাষ চাপিছিল।[3]
ক্ষিপ্ৰ তথ্য বিশ্ব জনসংখ্যা দিৱস, পালন কৰে ...
বিশ্ব জনসংখ্যা দিৱস | |
---|---|
পালন কৰে | সমগ্ৰ বিশ্ব |
প্ৰকাৰ | আন্তৰ্জাতিক |
তাৰিখ | ১১ জুলাই |
পৰৱৰ্তী তাৰিখ | প্ৰতিবছৰে একেই দিন |
অৱধি | এদিন |
সংঘটন | বাৰ্ষিক |
বন্ধ কৰক