বিক্ৰম বাত্ৰা
পৰম বীৰ চক্ৰ প্ৰাপক / From Wikipedia, the free encyclopedia
কেপ্তেইন বিক্ৰম বাত্ৰা পিভিচি (ইংৰাজী: Vikram Batra, ৯ ছেপ্টেম্বৰ ১৯৭৪ – ৭ জুলাই ১৯৯৯) ভাৰতীয় সেনাৰ এজন বিষয়া আছিল। কাৰ্গিল যুদ্ধৰ সময়ত তেওঁ প্ৰদৰ্শন কৰা অপৰিসীম বীৰত্বৰে সৰ্বোচ্চ বলিদান দিয়াৰ বাবে তেওঁক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰৰে সন্মানিত কৰা হয়। ১৯৯৯ চনৰ ৭ জুলাই তাৰিখে পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ কাৰ্গিল জিলাৰ এৰিয়া লেজ, পইণ্ট ৪৮৭৫ৰ আশে-পাশে পাকিস্তানী সৈন্যৰ সৈতে যুঁজি থকাৰ সময়তে বীৰগতি প্ৰাপ্ত কৰে।
ক্ষিপ্ৰ তথ্য কেপ্তেইনবিক্ৰম বাত্ৰা পৰম বীৰ চক্ৰ, জন্ম ...
কেপ্তেইন বিক্ৰম বাত্ৰা পৰম বীৰ চক্ৰ | |
---|---|
চৰকাৰী সামৰিক প্ৰতিকৃতি, ১৯৯৭ | |
জন্ম | ৯ ছেপ্টেম্বৰ, ১৯৭৪ পালমপূৰ, হিমাচল প্ৰদেশ, ভাৰত |
মৃত্যু | ৭ জুলাই, ১৯৯৯ (২৪ বছৰ) কাৰ্গিল,জম্মু আৰু কাশ্মীৰ (বৰ্তমান লাদাখ) |
আনুগত্য | ভাৰত |
চাকৰি/শাখা | ভাৰতীয় সেনা |
চাকৰিৰ কাৰ্যকাল | ১৯৯৭-১৯৯৯ |
পদমৰ্যদা | কেপ্তেইন |
চাৰ্ভিছ নাম্বাৰ | IC-57556H |
ইউনিট | ১৩ নং জম্মু আৰু কাশ্মীৰ ৰাইফল |
যুদ্ধ-বিগ্ৰহ | কাৰ্গিল যুদ্ধ (১৯৯৯)
|
পুৰস্কাৰ | পৰম বীৰ চক্ৰ |
মাতৃশিক্ষানুষ্ঠান |
|
বন্ধ কৰক