বাৰ্তা:অৰ্থনীতি
From Wikipedia, the free encyclopedia
বিষ্ণু শইকীয়া এই পৃষ্ঠাটো অলপ সলাব লাগিব।ইয়াত অৰ্থনীতিৰ ভাগ বুলি পুঁজিবাদ, সমাজবাদ আৰু মিশ্ৰঅৰ্থনীতিৰ কথা লিখা আছে।মোৰ মতে এই বোৰ অৰ্থব্যৱস্থাৰ ভাগত ৰাখিব লাগে।অৰ্থনীতিৰ ভাগ বুলি micro, macro, public finance িত্যাদি বোৰ দিয়া ভাল। নহলে মানুহৰ বুজাত খেলিমালি হ'ব পাৰে।দ্বিজেন মহন্ত 08:49, 4 মাৰ্চ 2012 (UTC)
অধিক তথ্য এই পৃষ্ঠাখন অৰ্থনীতি-ৰ আলোচনাৰ বাবে আলোচনা পৃষ্ঠা ...
এই পৃষ্ঠাখন অৰ্থনীতি-ৰ আলোচনাৰ বাবে আলোচনা পৃষ্ঠা | |||
---|---|---|---|
|
|
বন্ধ কৰক
মোৰ সম্পূৰ্ণ সমৰ্থন আছে| কিন্তু কাম কৰা মানুহ নাই যে| আপুনি অকলে পাৰিব জানো? বিষ্ণু শইকীয়া বাৰ্তা 08:51, 4 মাৰ্চ 2012 (UTC)
যিমান পাৰো কৰি যাওঁ। তাৰ পাছত কোনোবাই সংযোগ কৰিব চাগৈ।দ্বিজেন মহন্ত উত্তৰ 08:51, 4 মাৰ্চ 2012 (UTC)
- ভাল, কিন্তু একেবাৰে সৰু অৱস্থাত নাৰাকিব দেই| ইংৰাজীখনৰো অলপ অলপ সহায় ল’ব| বিষ্ণু শইকীয়া বাৰ্তা 09:28, 4 মাৰ্চ 2012 (UTC)
- বিষ্ণু শইকীয়া অলপ কাম কৰিলো।সম্পাদনা চলিথাকিলে সাঁচ এটাযে দি থয়, সেইটোকেনেকৈ দিয়ে নাজানিলো বাবে
{{cleanup}}এইটোকে লগাই থৈছো। পাৰিলে ঠিক কৰি দিবা।কাম আৰু দেধাৰ কৰিবলে আছে । আজি ফাকুৱা বাবে কলৈকো নগৈ অলপ কৰিলো।মতমত দিবা।
- দ্বিজেন মহন্ত 12:40, 9 মাৰ্চ 2012 (UTC)
- বিষ্ণু, হৈ গল সমস্যাৰ সমাধান।সাঁচটো পালো।: বাৰ্তাদ্বিজেন মহন্ত 13:16, 9 মাৰ্চ 2012 (UTC)