বাৰ্টলী পি. গ্ৰিফিথ
বাৰ্টলী পি গ্ৰিফি তেঁও এজন খ্যাতিসম্পন্ন আমেৰিকান হৃদশল্য চিকিৎসক। তেওঁ ১৯৫৬ চনত পিটছবাৰ্গত / From Wikipedia, the free encyclopedia
বাৰ্টলী পি গ্ৰিফিথ(ইংৰাজী: Bartley P. Griffith, ১৯৫৬-) এজন আন্তৰ্জাতিক খ্যাতিসম্পন্ন আমেৰিকান হৃদশল্য চিকিৎসক।[1][2] তেওঁ ১৯৫৬ চনত পিটছবাৰ্গত জন্মগ্ৰহণ কৰে। ২০২২ চনৰ ৭ জানুৱাৰীত তেওঁ এজন ব্যক্তিৰ শৰীৰত আনুবংশিকভাৱে পৰিৱৰ্তিত গাহৰিৰ হৃদযন্ত্ৰৰ প্ৰথম সফল সংৰোপণ কৰিছিল। এই ৰোগী গৰাকী আছিল ৫৭ বছৰীয়া ডেভিদ বেনেট। হৃদযন্ত্ৰ সংৰোপণৰ এই প্ৰক্ৰিয়াটো মেৰিলেণ্ড চিকিৎসা কেন্দ্ৰ বিশ্ববিদ্যালয়ত সংঘটিত হৈছিল।[3]
ক্ষিপ্ৰ তথ্য অধ্যাপক বাৰ্টলী পি গ্ৰিফিথ, ৰাষ্ট্ৰীয়তা ...
বন্ধ কৰক
১৯৯৭ চনত গাহৰিৰ হৃদযন্ত্ৰৰ প্ৰথম সংৰোপণ এগৰাকী ভাৰতীয় শল্য চিকিৎসক ধনীৰাম বৰুৱাৰ দ্বাৰা কৰা হৈছিল।[4] এটা সাধাৰণ গাহৰিৰ হৃদযন্ত্ৰ সংৰোপণ কৰা ৩২ বছৰীয়া পূৰ্ণ শইকীয়া নামৰ ৰোগীজনৰ এসপ্তাহৰ পিছত মৃত্যু হয়।