বানা সিং
From Wikipedia, the free encyclopedia
কেপ্তেইন বানা সিং পি.ভি.চি. (জন্ম ৬ জানুৱাৰী ১৯৪৯) এজন ভাৰতীয় সৈনিক আৰু দেশৰ সৰ্বোচ্চ সামৰিক বীৰত্ব বঁটা পৰম বীৰ চক্ৰ লাভ কৰা ব্যক্তি।[2][3] ভাৰতীয় সেনাবাহিনীত নাইব চুবেদাৰ হিচাপে তেওঁ অপাৰেচন ৰাজীৱৰ অংশ হিচাপে কাশ্মীৰৰ চিয়াচেন হিমবাহৰ সৰ্বোচ্চ শৃংগটোৰ নিয়ন্ত্ৰণ পাকিস্তানী বাহিনীৰ কবলৰ উদ্ধাৰ কৰা ভাৰতীয় দলটোক নেতৃত্ব দিছিল। তেওঁৰ সফলতাৰ পিছত ভাৰতে তেওঁৰ সন্মানত শৃংগটোৰ (পূৰ্বতে পাকিস্তানীসকলে কোৱাইড পোষ্ট বুলি চিহ্নিত কৰা) নাম সলনি কৰি বানা পোষ্ট কৰে।[4]
ক্ষিপ্ৰ তথ্য চুবেদাৰ মেজৰ আৰু সন্মানীয় কেপ্তেইনবানা সিং প.বী.চ, জন্ম ...
চুবেদাৰ মেজৰ আৰু সন্মানীয় কেপ্তেইন বানা সিং প.বী.চ | |
---|---|
পৰম বীৰ চক্ৰ মেডেলৰ সৈতে সিং | |
জন্ম | ০৬ জানুৱাৰী, ১৯৪৯ (৭৫ বছৰ) কাদ্যাল, জম্মু কাশ্মীৰ, ভাৰত |
আনুগত্য | ভাৰত |
চাকৰি/শাখা | ভাৰতীয় সেনা |
চাকৰিৰ কাৰ্যকাল | ১৯৬৯–২০০০ |
পদমৰ্যদা | সন্মানীয় কেপ্তেইন |
চাৰ্ভিছ নাম্বাৰ | জেচি-১৫৫৮২৫[1] |
ইউনিট | জম্মু-কাশ্মীৰ লাইট ইনফেণ্ট্ৰিৰ ৮ম বেটেলিয়ন, জেকেএলআই |
যুদ্ধ-বিগ্ৰহ | * চিয়াচেন বিদ্ৰোহ
|
পুৰস্কাৰ | পৰম বীৰ চক্ৰ |
স্বাক্ষৰ |
বন্ধ কৰক