ফ্ৰেণ্ডলিব ফাৰ্ডিনাণ্ড ৰংগ
জাৰ্মান ৰসায়ন বিজ্ঞানী / From Wikipedia, the free encyclopedia
ফ্ৰেণ্ডলিব ফাৰ্ডিনাণ্ড ৰংগ (৮ ফেব্ৰুৱাৰী ১৭৯৪ - ২৫ মাৰ্চ ১৮৬৭) এগৰাকী জাৰ্মান বিশ্লেষণ ৰসায়ন বিজ্ঞানী। তেওঁ চকুৰ পিউপিলৰ বিস্তাৰণ চিনাক্ত কৰিছিল। ইয়াৰ লগতে তেওঁ বেলাডনা গছৰ ৰসৰ কাৰ্য, চাহ আৰু কফিত থকা কেফাইনৰ চিনাক্ত আৰু প্ৰবালৰ পৰা প্ৰথম এনিলিন ব্লু নামৰ নীলা ৰঞ্জক পদাৰ্থ নিষ্কাশন কৰিছিল।
ক্ষিপ্ৰ তথ্য ফ্ৰেণ্ডলিব ফাৰ্ডিনাণ্ড ৰংগFriedlieb Ferdinand Runge, জন্ম ...
ফ্ৰেণ্ডলিব ফাৰ্ডিনাণ্ড ৰংগ Friedlieb Ferdinand Runge | |
---|---|
জন্ম | ৮ ফেব্ৰুৱাৰী ১৭৯৪ হেমবাৰ্গ, জাৰ্মানী |
মৃত্যু | ২৫ মাৰ্চ, ১৮৬৭ (৭৩ বছৰ) অৰেইনবাৰ্গ, জাৰ্মানী |
বাসস্থান | জাৰ্মানী |
জাতীয়তা | জাৰ্মান |
ক্ষেত্ৰ | বিশ্লেষণ ৰসায়ন |
কৰ্মস্থান | বাৰ্লিন বিশ্ববিদ্যালয়, ব্ৰেচলাও বিশ্ববিদ্যালয় |
শিক্ষানুষ্ঠান | জেনা বিশ্ববিদ্যালয়, বাৰ্লিন বিশ্ববিদ্যালয় |
ডক্তৰেল পৰামৰ্শদাতা | জহান ব্লফগেং দবাৰেইন |
বন্ধ কৰক