ফ্ৰেংকেনষ্টাইন
মেৰী শ্বেলী ৰচিত উপন্যাস / From Wikipedia, the free encyclopedia
ফ্ৰেংকেনষ্টাইন (ইংৰাজী: Frankenstein) বা দ্য মডাৰ্ণ প্ৰমিথিউছ (The Modern Prometheus) হৈছে মেৰী ৱলষ্ট’নক্ৰেফ্ট শ্বেলীৰ দ্বাৰা ৰচিত এখন জনপ্ৰিয় উপন্যাস। স্বামীৰ লগত ছুইজাৰলেণ্ডলৈ ফুৰিবলৈ যাওঁতে তেওঁৰ এই উপন্যাসখনৰ বীজৰ সৃষ্টি হয় আৰু তেওঁ ১৮ বছৰ বয়সতেই এই উপন্যাসখন ৰচনা কৰে।[1]
ক্ষিপ্ৰ তথ্য ফ্ৰেংকেনষ্টাইন; বা, দ্য মডাৰ্ণ প্ৰমিথিউছ, লেখক ...
ফ্ৰেংকেনষ্টাইন; বা, দ্য মডাৰ্ণ প্ৰমিথিউছ | |
---|---|
লেখক | মেৰী শ্বেলী |
দেশ | যুক্তৰাজ্য |
ভাষা | ইংৰাজী ভাষা |
প্ৰকাৰ | গথিক উপন্যাস, বিৰহৰণ কল্পবিজ্ঞান, কল্পবিজ্ঞান |
বন্ধ কৰক