ফ'নন
From Wikipedia, the free encyclopedia
ফ'নন(ইংৰাজী: Phonon) হৈছে শব্দ-তৰঙ্গৰ শক্তিৰ কোৱাণ্টাৰ নাম। ইয়াৰ মান হৈছে , য'ত হৈছে প্লাংকৰ ধ্ৰুবক (Planck's constant) আৰু হৈছে এই শব্দ-তৰঙ্গৰ কম্পনাঙ্ক। ই এক আলোক কোৱাণ্টা ফ'টনৰ দৰে। তাপীয় তৰঙ্গসমূহৰ (হ্ৰস্ব শব্দ-তৰঙ্গ) সহায়ত পদাৰ্থৰ পৰা ইলেকট্ৰন আৰু অন্যান্য মৌলিক কণিকা সমূহক বিক্ষিপ্ত কৰাৰ ক্ষেত্ৰত ফ'ননে ভূমিকা গ্ৰহণ কৰে।
এই পদাৰ্থ বিজ্ঞান সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |