প্লেংকৰ ধ্ৰুৱক
From Wikipedia, the free encyclopedia
প্লেংকৰ ধ্ৰুবক (ইংৰাজী: Planck constant) হৈছে এটা মৌলিক ধ্ৰুবক সংখ্যা যাৰ মান শক্তিৰ এক কোৱান্টামৰ অন্তৰ্নিহিত শক্তি আৰু এই কোৱান্টামৰ কম্পনাঙ্কৰ অনুপাতৰ সমান। এই ধ্ৰুবকক দ্বাৰা সূচিত কৰা হয়।
অধিক তথ্য h ৰ মান (২০১৯), একক ...
h ৰ মান (২০১৯) | একক | তথ্যসূত্ৰ |
---|---|---|
6.62607015×10−34 | J⋅s | [1][2][3] |
h ৰ মান (২০১৪) | একক | তথ্যসূত্ৰ |
6.626070150(81)×10−34 | J⋅s | [4] |
4.135667662(25)×10−15 | eV⋅s | [5] |
২π | EP⋅tP | |
ħ ৰ মান | একক | তথ্যসূত্ৰ |
1.054571800(13)×10−34 | J⋅s | [5] |
6.582119514(40)×10−16 | eV⋅s | [5] |
১ | EP⋅tP | |
hc ৰ মান | একক | তথ্যসূত্ৰ |
1.98644568×10−25 | J⋅m | |
1.23984193 | eV⋅μm | |
২π | EP⋅ℓP | |
ħc ৰ মান | একক | তথ্যসূত্ৰ |
3.16152649×10−26 | J⋅m | |
0.19732697 | eV⋅μm | |
১ | EP⋅ℓP |
বন্ধ কৰক
প্লেংকৰ ধ্ৰুবকৰ মান হ'ল ৬.৬২৬১৯৬×10−৩৪ জুল-ছেকেণ্ড, জাৰ্মান পদাৰ্থবিজ্ঞানী মেক্স প্লেংকৰ নাম অনুসৰি এই ধ্ৰুবকৰ নামকৰণ কৰা হৈছে।