পুনিতা আৰোৰা
ভাৰতীয় থলসেনা আৰু ভাৰতীয় নৌসেনাৰ প্ৰাক্তন তিনি তাৰকাযুক্ত ফ্লেগ অফিচাৰ / From Wikipedia, the free encyclopedia
চাৰ্জন ভাইচ এডমিৰেল পুনিতা আৰোৰা (পিভিএছএম, এছএম, ভিএছএম) ভাৰতীয় থলসেনা আৰু ভাৰতীয় নৌসেনাৰ প্ৰাক্তন তিনি তাৰকাযুক্ত ফ্লেগ অফিচাৰ। তেওঁ ভাৰতীয় থলসেনাৰ দ্বিতীয় সৰ্বোচ্চ পদবী লেফ্টটেনেণ্ট জেনেৰেল[1] আৰু ভাৰতীয় নৌসেনাৰ দ্বিতীয় সৰ্বোচ্চ পদবী ভাইচ এডমিৰেল পদত অধিষ্ঠিত হোৱা প্ৰথম মহিলা।[2] তেওঁ এগৰাকী চিকিৎসক হিচাপে আৰ্মড ফৰ্চ মেডিকেল কলেজ কমাণ্ডৰ সদস্য আছিল।
ক্ষিপ্ৰ তথ্য লেফ্টটেনেণ্ট জেনেৰেলভাইচ এডমিৰেলপুনিতা অৰোৰা পিভিএছএম, এছএম, ভিএছএম, জন্ম ...
লেফ্টটেনেণ্ট জেনেৰেল ভাইচ এডমিৰেল পুনিতা অৰোৰা পিভিএছএম, এছএম, ভিএছএম | |
---|---|
জন্ম | ৩১ মে', ১৯৪৬ (৭৭ বছৰ) লাহোৰ, পঞ্জাব, ব্ৰিটিছ ভাৰত |
আনুগত্য | ভাৰত |
চাকৰি/শাখা | ভাৰতীয় থলসেনা ভাৰতীয় নৌসেনা |
পদমৰ্যদা | লেফ্টটেনেণ্ট জেনেৰেল ভাইচ এডমিৰেল |
নেতৃত্বসমূহ | আৰ্মড ফৰ্চ মেডিকেল কলেজ |
পুৰস্কাৰ | পৰম বিশিষ্ট সেৱা মেডেল সেনা মেডেল বিশিষ্ট সেৱা মেডেল |
বন্ধ কৰক