পদ্মাৱতী বন্দ্যোপাধ্যায়
ভাৰতীয় বায়ুসেনাৰ তৃতীয় সৰ্বোচ্চ পদবী এয়াৰ মাৰ্শ্বাল পদত অধিষ্ঠিত হোৱা প্ৰথম মহিলা / From Wikipedia, the free encyclopedia
এয়াৰ মাৰ্শ্বাল পদ্মাৱতী বন্দ্যোপাধ্যায়, পিভিএছএম, এভিএছএম, ভিএছএম (জন্ম ৪ নৱেম্বৰ ১৯৪৪) ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন তিনি তাৰকাযুক্ত বিষয়া। তেওঁ ভাৰতীয় বায়ুসেনাৰ তৃতীয় সৰ্বোচ্চ পদবী এয়াৰ মাৰ্শ্বাল পদত অধিষ্ঠিত হোৱা প্ৰথম মহিলা। ইয়াৰ লগতে তিনিতাৰকাযুক্ত পদবীত অধিষ্ঠিত হোৱা দ্বিতীয় গৰাকী মহিলা।
ক্ষিপ্ৰ তথ্য এয়াৰ মাৰ্শ্বালপদ্মাৱতী বন্দ্যোপাধ্যায় পিভিএছএম, এভিএছএম, ভিএছএম, জন্মৰ নাম ...
এয়াৰ মাৰ্শ্বাল পদ্মাৱতী বন্দ্যোপাধ্যায় পিভিএছএম, এভিএছএম, ভিএছএম | |
---|---|
২০১২ চনত পদ্মা বন্দ্যোপাধ্যায় | |
জন্মৰ নাম | পদ্মাৱতী স্বামীনাথন |
গুপ্তনাম | পদ্মা |
জন্ম | ০৪ নৱেম্বৰ, ১৯৪৪ তিৰুপতি, মাদ্ৰাজ প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত (বৰ্তমান অন্ধ্ৰ প্ৰদেশ) |
আনুগত্য | ভাৰত |
চাকৰি/শাখা | ভাৰতীয় বায়ুসেনা |
চাকৰিৰ কাৰ্যকাল | ১৯৬৮ - ২০০৫ |
পদমৰ্যদা | এয়াৰ মাৰ্শ্বাল |
পুৰস্কাৰ | পৰম বিশিষ্ট সেৱা মেডেল অতি বিশিষ্ট সেৱা মেডেল বিশিষ্ট সেৱা মেডেল |
বন্ধ কৰক