পংকজ ত্ৰিপাঠী
ভাৰতীয় চলচ্চিত্ৰ অভিনেতা / From Wikipedia, the free encyclopedia
পংকজ ত্ৰিপাঠী (ইংৰাজী: Pankaj Tripathi) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। হিন্দী ছবিত কৰা অভিনয়ৰ বাবে তেওঁক জনা যায়। ২০০৪ চনত মুক্তিপ্ৰাপ্ত ৰাণ নামৰ হিন্দী ছবিখনত এটা সৰু চৰিত্ৰ ৰূপায়ণেৰে পংকজ ত্ৰিপাঠীয়ে চলচ্চিত্ৰজগতত প্ৰৱেশ কৰে। ২০১২ চনত মুক্তিপ্ৰাপ্ত গেংছ অৱ্ ৱাছেপুৰ নামৰ চলচ্চিত্ৰ ছিৰিজখনৰ যোগেদি তেওঁ চলচ্চিত্ৰপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।
ক্ষিপ্ৰ তথ্য পংকজ ত্ৰিপাঠী, জন্ম ...
পংকজ ত্ৰিপাঠী | |
---|---|
জন্ম | পংকজ ত্ৰিপাঠী ৫ ছেপ্টেম্বৰ,১৯৭৬ গোপালগঞ্জ, বিহাৰ, ভাৰত |
শিক্ষানুষ্ঠান | ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, দিল্লী |
পেচা | অভিনেতা |
সক্ৰিয় হৈ থকা সময় | ২০০৪- |
বন্ধ কৰক