নিৰ্মল জিৎ সিং শেখোঁ
From Wikipedia, the free encyclopedia
ফ্লাইং অফিচাৰ নিৰ্মল জিৎ সিং শেখোঁ পি.ভি.চি (ইংৰাজী: Nirmal Jit Singh Sekhon) (১৭ জুলাই ১৯৪৩ – ১৪ ডিচেম্বৰ ১৯৭১) ভাৰতীয় বায়ু সেনাৰ এজন বিষয়া আছিল। ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত পাকিস্তানৰ বায়ু সেনাই কৰা বিমান আক্ৰমণৰ বিৰুদ্ধে শ্ৰীনগৰ বিমান ঘাটি ৰক্ষা কৰোঁতে তেওঁ শ্বহীদ হৈছিল।[2] ১৯৭২ চনত তেওঁক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰ প্ৰদান কৰা হয়।
ক্ষিপ্ৰ তথ্য নিৰ্মল জিৎ সিং শেখোঁ, জন্ম ...
নিৰ্মল জিৎ সিং শেখোঁ | |
---|---|
জন্ম | ১৭ জুলাই, ১৯৪৫ লুধিয়ানা, পঞ্জাৱ, ব্ৰিটিছ ভাৰত [1] (বৰ্তমান ভাৰতৰ পঞ্জাৱত ) |
মৃত্যু | ১৪ ডিচেম্বৰ, ১৯৭১ (২৬ বছৰ) শ্ৰীনগৰ, জম্মু আৰু কাশ্মীৰ, ভাৰত |
আনুগত্য | ভাৰতীয় গণৰাজ্য |
চাকৰি/শাখা | ভাৰতীয় বায়ুসেনা |
পদমৰ্যদা | উৰণ বিষয়া |
ইউনিট | ১৮ নং স্কোয়াড্ৰন |
যুদ্ধ-বিগ্ৰহ | ১৯৭১ চনৰ ভাৰত-পাকিস্তানী যুদ্ধ |
পুৰস্কাৰ | পৰম বীৰ চক্ৰ (মৰণোত্তৰ) |
বন্ধ কৰক
তেখেতেই ভাৰতীয় বায়ুসেনাৰ একমাত্ৰ সদস্য যিয়ে পৰম বীৰ চক্ৰৰে সন্মানিত হৈছে।[3]