নাক
শ্বাস তন্ত্ৰৰ অংগ / From Wikipedia, the free encyclopedia
মানুহৰ ঘ্ৰানেন্দ্ৰিয় নাকৰ বাবে, মানুহৰ নাক চাওক।
নাক (ইংৰাজী: nose) হৈছে মেৰুদণ্ডীৰ দেহত থকা একপ্ৰকাৰৰ সংবেদক অংগ। নাকৰ ন্যাসৰন্ধ্ৰইদি শ্বাসক্ৰিয়াৰ বায়ু প্ৰৱেশ আৰু প্ৰস্থান কৰে। নাকৰ পাছফালে অলফেক্টৰি মিউকছা আৰু ছাইনাছ থাকে। নাসিকা গহ্বৰৰ পৰা বায়ু ফেৰিংছৰ মাজেৰে হাঁওফাঁওত প্ৰৱেশ কৰে।
ক্ষিপ্ৰ তথ্য নাক, সবিশেষ ...
নাক | |
---|---|
কুকুৰৰ নাক অতি সংবেদনশীল | |
সবিশেষ | |
চিনাক্তকাৰক | |
লেটিন | নেছাছ (Nasus) |
MeSH | D009666 |
TA98 | A06.1.01.001 A01.1.00.009 |
TA2 | 117 |
দেহতাত্ত্বিক পৰিভাষা |
বন্ধ কৰক