ধৃতৰাষ্ট্ৰ
From Wikipedia, the free encyclopedia
মহাভাৰতত ধৃতৰাষ্ট্ৰ (ইংৰাজী: धृतराष्ट्र, dhṛtarāshtra; lit. "a good king"[1]) হ'ল হস্তিনাপুৰৰ ৰজা তথা দুৰ্যোধনৰ পিতৃ। গান্ধাৰৰ ৰাজকুমাৰী গান্ধাৰী হ'ল তেখেতৰ পত্নী। তেওঁ জন্মান্ধ আছিল। আৰু এশ এটা সন্তানৰ (এজনী জীয়ৰী) পিতৃ আছিল। মহাভাৰতৰ এই চৰিত্ৰটোৱে মহাভাৰতৰ দৰে প্ৰলয়ংকাৰী যুদ্ধত কৌৰৱ আৰু পাণ্ডৱ উভয় পক্ষক নিবৃত্ত কৰিব নোৱাৰিলে।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |