ধুবুৰী ৰেল ষ্টেচন
ভাৰতৰ ৰেল ষ্টেচন / From Wikipedia, the free encyclopedia
ধুবুৰীৰ ফকিৰাগ্ৰাম-ধুবুৰী শাখা লাইনৰ টাৰ্মিনাল ৰেল ষ্টেচন। এইটো নতুন কোচবিহাৰ-গোলোকগঞ্জ শাখা লাইনৰ সৈতেও যুক্ত। ধুবুৰীক যোগীঘোপাৰ লগত যুক্ত কৰিবলৈ এটা নতুন লাইন স্থাপন কৰা হৈ আছে। এইটো ভাৰতৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ পশ্চিম পাৰত অৱস্থিত।
ক্ষিপ্ৰ তথ্য ধুবুৰীভাৰতীয় ৰেল ষ্টেচন, ষ্টেচনৰ তথ্য ...
ধুবুৰী ভাৰতীয় ৰেল ষ্টেচন | |
---|---|
ষ্টেচনৰ তথ্য | |
ঠিকনা | মৌজা নং ১৪, ষ্টেচন পথ, বিদ্যাপাৰা, ধুবুৰী, অসম ভাৰত |
স্থানাংক | 26.0229475°N 89.9777464°E / 26.0229475; 89.9777464 |
উচ্চতা | ৩০ মিটাৰ (98 ফুট) |
লাইন | ফকিৰাগ্ৰাম-ধুবুৰী শাখা লাইন |
গঠনৰ প্ৰকাৰ | ভূমিৰ ওপতৰ নিৰ্ভৰ |
প্লে'টফৰ্ম | ১ |
পাৰ্কিং | উপলব্ধ |
চাইকেলৰ সুবিধা | উপলব্ধ নহয় |
আন তথ্য | |
মুকলি | ১৯০৩ |
বন্ধ | ১৯৮৮ |
পুনঃনিৰ্মাণ | ২০১০ |
ষ্টেচন ক'ড | ডিবিবি (DBB) |
মণ্ডল | উত্তৰ-পূব সীমান্ত ৰেলৱে |
ডিভিজন | আলিপুৰদুৱাৰ |
অধিকাৰিত্ব | ভাৰতীয় ৰেল |
ষ্টেচন স্থিতি | কাৰ্যকৰী |
পূৰ্বতে | ইষ্টাৰ্ণ বেংগল ৰেলৱে |
অৱস্থান | |
বন্ধ কৰক