ডেভিদ জেমছ থুলছ
ব্ৰিটিছ পদাৰ্থবিজ্ঞানী / From Wikipedia, the free encyclopedia
ডেভিদ জেমছ থুলছ FRS(/ˈdeɪv[unsupported input]d ˈdʒeɪmz ˈθuːl[unsupported input]s/ জন্ম: ২১ ছেপ্টেম্বৰ ১৯৩৪) এজন ব্ৰিটিছ ঘনীভুত পদাৰ্থ বিজ্ঞানী। তেওঁ ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন আৰু জন মাইকেল কষ্টাৰলিটজৰ লগত পদাৰ্থৰ ট'প'লজিকেল ফেজ ট্ৰান্সজিছন বিষয়ৰ বাবে যুটীয়া ভাবে ২০১৬ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[3] [4]
ক্ষিপ্ৰ তথ্য ডেভিদ জেমছ থুলছ David James Thouless, জন্ম ...
ডেভিদ জেমছ থুলছ David James Thouless | |
---|---|
১৯৯৫ চনত ডেভিদ জেমছ থুলছ | |
জন্ম | ২১ ছেপ্টেম্বৰ, ১৯৩৪ (৮৯ বছৰ) বেয়াৰ্ছডেন , স্কটলেণ্ড |
বাসস্থান | যুক্তৰাষ্ট্ৰ |
জাতীয়তা | ব্ৰিটিছ |
ক্ষেত্ৰ | ঘনীভুত পদাৰ্থ বিজ্ঞান |
কৰ্মস্থান |
|
শিক্ষানুষ্ঠান |
|
ডক্তৰেল পৰামৰ্শদাতা | হান্স বেথে |
ডক্তৰেল বিদ্যাৰ্থী |
|
আন উল্লেখযোগ্য বিদ্যাৰ্থী | জন মাইকেল কষ্টাৰলিটজ (postdoc)[1] |
জনা যায় |
|
উল্লেখনীয় বঁটা |
|
দাম্পত্যসঙ্গী | মাৰ্গাৰেট এলিজাবেথ স্ক্ৰেছ (বি. ভুল: অযোগ্য সময়) |
সতি-সন্ততি | তিনিজন |
বন্ধ কৰক