টমাছ হাৰ্ডি
From Wikipedia, the free encyclopedia
টমাছ হাৰ্ডি (ইংৰাজী: Thomas Hardy, ২ জুন ১৮৪০ - ১১ জানুৱাৰী ১৯২৮)ভিক্টোৰিয়ান যুগৰ এজন প্ৰখ্যাত ঔপন্যাসিক, কবি আৰু নাট্যকাৰ। ৰমন্যাসিক কবি আৰু ঔপন্যাসিক উইলিয়াম ওৱৰ্ডছৱৰ্থ ও চাৰ্লস ডিকেন্স ৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।[1] হাৰ্ডিৰ লেখাত তৎকালিন ক্ষয়িষ্ণু গ্ৰাম্য সমাজৰ দিশটোত বেছিকৈ আলোকপাত কৰিছিল। টমাছ হাৰ্ডি প্ৰথম অৱস্থাত নিজেকে এজন কবি হিচাপে প্ৰতিষ্ঠিত কৰিছল। অৱশ্যে এজন ঔপন্যাসিক হিচাপেহে তেওঁ ব্যাপক জনপ্ৰিয়তা লাভ কৰে।[2]
ক্ষিপ্ৰ তথ্য টমাছ হাৰ্ডি, জন্ম ...
টমাছ হাৰ্ডি | |
---|---|
১৯১০-১৯১৫ চনত সময়ত হাৰ্ডি | |
জন্ম | ২ জুন, ১৮৪০ Stinsford, Dorset, ইংলেণ্ড |
মৃত্যু | ১১ জানুৱাৰী, ১৯২৮ (৮৭ বছৰ) Dorchester, Dorset, England |
সমাধিস্থল |
|
পেচা | Novelist, কবি, ঔপন্যাসিক, স্থপতিবিদ |
মাতৃশিক্ষায়তন | King's College London |
সাহিত্যিক বিপ্লৱ | Naturalism, Victorian literature |
উল্লেখনীয় কৰ্মৰাজি | Far from the Madding Crowd The Mayor of Casterbridge Collected Poems Jude the Obscure |
দাম্পত্যসংগী |
|
স্বাক্ষৰ |
বন্ধ কৰক