চেংগিজ খান
From Wikipedia, the free encyclopedia
চেংগিজ খান (জন্মতে টেন্মুজিন, c. ১১৬২ – ১৮ আগষ্ট, ১২২৭) মংগোল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম মহান খান। এই সাম্ৰাজ্য তেখেতৰ মৃত্যুৰ পাছত বিশ্বৰ ইতিহাসৰ সৰ্ববৃহৎ ভৌগোলিকভাৱে সংযুক্ত সাম্ৰাজ্যত পৰিণত হ'ল।
ক্ষিপ্ৰ তথ্য চেংগিজ খান, ৰাজত্ব ...
চেংগিজ খান | |
---|---|
| |
চতুৰ্দশ শতিকাৰ য়ুৱান কালৰ ছবি; বাস্তৱ ছবি ক'লা আৰু বগা ৰঙতহে উপলব্ধ আছিল। বাস্তৱ ছবিখন ৪৭ চেণ্টিমিটাৰ বহল আৰু ৫৯.৪ চেণ্টিমিটাৰ ওখ। ৰেচমত চিয়াহিৰে অকা। বৰ্তমানে টাইওৱানৰ টাইপেইৰ নেচনেল পেলেচ মিউজিয়ামৰ উপলব্ধ। | |
ৰাজত্ব | Spring 1206 – August 18, 1227 |
অভিষেক | অনন নদীৰ কুৰুল্টাইত বসন্ত ১২০৬, মংগোলিয়া |
উত্তৰসূৰী | অগেডেই খান |
দাম্পত্য সঙ্গী |
|
সন্তান | |
| |
সম্পূৰ্ণ নাম | |
চেংগিজ খান মংগোলীয়: Чингис хаан চিংগিচ সান মংগোল লিপি (right): চিংগিচ কাসান[note 1] | |
বাসগৃহ | বৰ্জিগিন |
মাতৃ | হৱেলুন |
পিতৃ | য়েচুগেই |
ধৰ্ম | টেংৰি ধৰ্ম |
বন্ধ কৰক