চাংলাং জিলা
From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো চাংলাং জিলাৰ বিষয়ে। সদৰ ঠাইৰ বাবে চাংলাং চাওক।
চাংলাং জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাৰ উত্তৰে টিৰাপ জিলা আৰু দক্ষিণে লোহিত জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি পাপুমপাৰে জিলাৰ পিছতে এই জিলা অৰুণাচল প্ৰদেশৰ ভিতৰত সৰ্বাধিক জনবসতিপূৰ্ণ জিলা৷[1]
ক্ষিপ্ৰ তথ্য চাংলাং জিলা, দেশ ...
চাংলাং জিলা | |
---|---|
— অৰুণাচল প্ৰদেশৰ জিলা — | |
অৰুণাচল প্ৰদেশত চাংলাংৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
স্থাপিত | ১৪ নৱেম্বৰ ১৯৮৭ (1987-11-14) |
সদৰ | চাংলাং |
মহকুমা | চাংলাং, মানমাও, জয়ৰামপুৰ, বৰডুমচা, মিআও |
চৰকাৰ | |
- লোকসভা সমষ্টি | অৰুণাচল পূব |
- বিধানসভা সমষ্টি | ৫ টা (বৰডুমচা, মিআও, নামপং, দক্ষিণ চাংলাং, উত্তৰ চাংলাং) |
মাটিকালি | |
- মুঠ | ৪,৬৬২ কি.মি.২ (১,৮০০ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ১,৪৭,৯৫১ জন |
- জনঘনত্ব | ৩১.৭ প্ৰতি বৰ্গ কি.মি. (৮২.২ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৬১.৯%[1] |
- লিংগ অনুপাত | ৯১৪[1] |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 27°07′48″N 95°44′24″E |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক