ঘটোৎকচ
From Wikipedia, the free encyclopedia
ঘটোৎকচ হিড়িম্বাপুৰৰ (বৰ্তমানৰ ডিমাপুৰ) ৰজা আছিল।[1] তেওঁৰ পিতৃ আছিল ভীম আৰু মাতৃৰ নাম আছিল হিড়িম্বী। এওঁকেই অসমৰ কছাৰীসকলৰ পূৰ্বপুৰুষ বুলি কোৱা হয়।[1] কুৰুক্ষেত্ৰ যুদ্ধত পাণ্ডৱৰ ফলীয়া হৈ তেওঁ যুদ্ধ কৰিছিল। যুদ্ধত তেওঁ কৌৰৱৰ মাজত যথেষ্ট আতংকৰ সৃষ্টি কৰিছিল। অৱশেষত কৰ্ণই অৰ্জুনক মাৰিবলৈ সাঁচি থোৱা একাঘ্নি বাণপাট মাৰি তেওঁক হত্যা কৰে।[1]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |