গ্ৰীফিন
From Wikipedia, the free encyclopedia
গ্ৰীফিন, গ্ৰীফন বা গ্ৰাইফন হৈছে এটা কিংবদন্তিমূলক জীৱ। ইয়াৰ শৰীৰ, নেজ আৰু পিছফালৰ ঠেং সিংহৰ দৰে আৰু আগ ঠেং, মূৰ আৰু ডেউকা ঈগলৰ দৰে।
ক্ষিপ্ৰ তথ্য শ্ৰেণী, সম্পৰ্কীয় জীৱ ...
গ্ৰীফিনৰ চিত্ৰ | |
শ্ৰেণী | কিংবদন্তিমূলক জীৱ |
---|---|
সম্পৰ্কীয় জীৱ | স্ফিংক্স, মেণ্টিকৰ, চেৰাব, লামাছু, নৰসিংহ |
বন্ধ কৰক