গুজৰাট
From Wikipedia, the free encyclopedia
গুজৰাট (গুজৰাটী: ગુજરાત) ভাৰতৰ আটাইতকৈ পশ্চিমত অৱস্থিত ৰাজ্য[3]। গুজৰাটৰ ৰাজধানী গান্ধীনগৰ। গুজৰাটত ৩৩খন জিলা আছে। গুজৰাটৰ গৱৰ্ণৰ ওম প্ৰকাশ কহলী।
ক্ষিপ্ৰ তথ্য গুজৰাট ગુજરાત, Country ...
গুজৰাট ગુજરાત |
|||
---|---|---|---|
— ভাৰতীয় ৰাজ্য — | |||
Gujarat Montage.jpgঘড়ীৰ কাটাৰ দিশত: গুজৰাট উচ্চতৰ ন্যায়ালয়, দ্বাৰকা বীচ, লক্ষ্মীবিলাস প্ৰসাদ, Kankaria Lakefront, গান্ধী আশ্ৰম, Salt Desert of Kutch. | |||
|
|||
ভাৰতত গুজৰাট (ৰঙা অংশ) | |||
গুজৰাটৰ ভূচিত্ৰ | |||
ভৌগোলিক স্থানাংক (গান্ধীনগৰ): 23°13′N 72°41′E | |||
Country | ভাৰত | ||
প্ৰতিষ্ঠিত | ১ মে' ১৯৬০ | ||
ৰাজধানী চহৰ | গান্ধীনগৰ | ||
জিলা | ৩৩ | ||
চৰকাৰ | |||
- গভাৰ্ণৰ | ওম প্ৰকাশ কহলী | ||
- মুখ্যমন্ত্ৰী | আনন্দিবেন পটেল | ||
- Legislature | Unicameral (১৮২ চীট) | ||
- Parliamentary constituency | 26 (SC-2,ST-4) | ||
- উচ্চতৰ ন্যায়ালয় | গুজৰাট উচ্চতৰ ন্যায়ালয় | ||
মাটিকালি | |||
- মুঠ | ১,৯৬,০২৪ কি.মি.২ (৭৫,৬৮৫.৩ বৰ্গ মাইল) |
||
অঞ্চলৰ স্থানাংক | ৬ষ্ঠ | ||
জনসংখ্যা (২০১১) | |||
- মুঠ | ৬,০৪,৩৯,৬৯২ জন | ||
- স্থান | ৯মতম | ||
- জনঘনত্ব | ৩০৮.৩ প্ৰতি বৰ্গ কি.মি. (৭৯৮.৬ প্ৰতি বৰ্গ মাইল) |
||
বিশেষণ | গুজৰাটী | ||
ভাষাসমূহ | |||
- আধিকাৰিক | গুজৰাটী আৰু সিন্ধী | ||
- কথিত ভাষাসমূহ (একাদিক্ৰমিক ভাৱে) | * ইংৰাজী | ||
সময় অঞ্চল | ভা মা স (গ্ৰী.মা.স.+05:30 / +০৫:৩০) | ||
আই এচ অ’ ৩১৬৬ কোড | IN-GJ | ||
মা বি সূ | 0.527[2] (medium) | ||
মা বি সূ মান | ১১ তম (২০১১) | ||
সাক্ষৰতা | 80.18% | ||
ৱেবছাইট | gujaratindia |
বন্ধ কৰক