খেওড়া
বাংলাদেশৰ চট্টগ্ৰামৰ এখন গাঁও / From Wikipedia, the free encyclopedia
খেওড়া বাংলাদেশৰ পূব-মধ্য অঞ্চলৰ এখন গাঁও।[3] ই বাংলাদেশৰ চিটাগাং বিভাগৰ ব্ৰাহ্মণবাড়িয়া জিলাৰ কছবা উপজিলাৰ মেহাৰী ইউনিয়নৰ অন্তৰ্গত।[4] প্ৰশাসনিকভাৱে, গাঁওখন মেহাৰী ইউনিয়নৰ ৭ আৰু ৮ নং ৱাৰ্ডত বিভক্ত। হিন্দু আধ্যাত্মিক সাধু আনন্দময়ী মাৰ জন্মস্থান হিচাপে গাঁওখন পৰিচিত।[5][6][7]
ক্ষিপ্ৰ তথ্য খেওড়া, ৰাষ্ট্ৰ ...
খেওড়া | |
---|---|
ভৌগোলিক স্থানাংক: 23.780251411°N 91.094146646°E / 23.780251411; 91.094146646 | |
ৰাষ্ট্ৰ | বাংলাদেশ |
বিভাগ | চট্টগ্ৰাম (চিটাগাং) |
জিলা | ব্ৰাহ্মণবাৰিয়া |
উপজিলা | কছবা (কসবা) |
ইউনিয়ন | ২ নং মেহাৰী |
ৱাৰ্ড | ৮ নং |
চৰকাৰ | |
- প্ৰকাৰ | স্থানীয় চৰকাৰ |
- পৰিষদ | ইউনিয়ন পৰিষদ |
- ইউনিয়নৰ অধ্যক্ষ | মোশাৰৰফ হোছেন মোৰ্শেদ[1] |
- ৱাৰ্ড মেম্বার | আব্দুৰ ৰহিম (৭নং) জুৱেল মিয়া (৮ নং)[2] |
জনসংখ্যা | |
- মুঠ | ৩,৬৯৭ জন |
সময় অঞ্চল | বাংলাদেশ সময় (গ্ৰী.মা.স.+06:00) |
ডাক কোড | 3460 |
বন্ধ কৰক