খলিফাFrom Wikipedia, the free encyclopedia খলিফা (আৰবী: خليفة ḫalīfah/khalīfah) হ'ল খিলাফত ভিত্তিক ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান আৰু ইছলামিক শ্বৰিয়াহৰ দ্বাৰা পৰিচালিত মুছলিম উম্মাহৰ শাসকসকলৰ পদবী। এই শব্দটো আৰবী: خليفة Khalīfaৰ পৰা আহিছে। ইছলামৰ সৰ্বশেষ খিলাফত উছমানীয় সাম্ৰাজ্যৰ সৰ্বশেষ খলিফা দ্বিতীয় আব্দুল মজিদ।
খলিফা (আৰবী: خليفة ḫalīfah/khalīfah) হ'ল খিলাফত ভিত্তিক ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান আৰু ইছলামিক শ্বৰিয়াহৰ দ্বাৰা পৰিচালিত মুছলিম উম্মাহৰ শাসকসকলৰ পদবী। এই শব্দটো আৰবী: خليفة Khalīfaৰ পৰা আহিছে। ইছলামৰ সৰ্বশেষ খিলাফত উছমানীয় সাম্ৰাজ্যৰ সৰ্বশেষ খলিফা দ্বিতীয় আব্দুল মজিদ।