কৰ্ণ (অংগ)
From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো জীৱৰ অংগ 'কাণ'ৰ বিষয়ে। মহাভাৰতৰ চৰিত্ৰ 'দাতা কৰ্ণ'ৰ বাবে কৰ্ণ (মহাভাৰত) চাওক।
কৰ্ণ বা কাণ (ইংৰাজী: ear) হৈছে শব্দ অন্তঃকৰণ কৰা একপ্ৰকাৰৰ অংগ। ইয়াক শ্ৰৱণেন্দ্ৰিয় বুলিও কোৱা হয়। ই কেৱল শব্দ শুনাৰ লগতে জড়িত নহয়, ই দেহৰ অৱস্থান আৰু ভাৰসাম্যতা ৰক্ষা কৰাতো সহায় কৰে।
ক্ষিপ্ৰ তথ্য কৰ্ণ, সবিশেষ ...
কৰ্ণ | |
---|---|
মানুহৰ (বহিঃ) কৰ্ণ | |
সবিশেষ | |
তন্ত্ৰ | শ্ৰৱণ তন্ত্ৰ |
চিনাক্তকাৰক | |
লেটিন | এয়োৰিছ (Auris) |
MeSH | D004423 |
নিউৰ'লেক্স ID | birnlex_1062 |
TA98 | A01.1.00.005 A15.3.00.001 |
TA2 | 6861 |
FMA | 52780 |
দেহতাত্ত্বিক পৰিভাষা |
বন্ধ কৰক