কোৰীয় ভাষা
দক্ষিণ আৰু উত্তৰ কোৰিয়াৰ আধিকাৰীক ভাষা / From Wikipedia, the free encyclopedia
কোৰীয় ভাষা পূব এছিয়াৰ কোৰীয় উপদ্বীপ অঞ্চলত প্ৰায় ৭.৭২ কোটি লোকৰ মাজত প্ৰচলিত এক ভাষা।[3] এই ভাষা দক্ষিণ কোৰিয়া আৰু উত্তৰ কোৰিয়াৰ আধিকাৰীক আৰু ৰাষ্ট্ৰীয় ভাষা। দুয়োখন দেশতে ভাষাটোৰ ভিন্ন ভিন্ন মান্য ৰূপ ব্যৱহাৰ কৰা হয়। চীন আৰু ৰাছিয়াৰ কিছু অঞ্চলটো কোৰীয় ভাষাক গৌণ ভাষা ৰূপে স্বীকৃতি দিয়া হয়। ভাষাবিদ সকলে কোৰীয় ভাষাক বিচ্ছিন্ন ভাষা (isolate language)[4] ৰূপে শ্ৰেণীবিভাজিত কৰিছে। অৰ্থাৎ কোৰীয় ভাষাৰ পৃথিৱীৰ আন কোনো ভাষাৰ লগত সামঞ্জস্য নাই, ই এক স্বতন্ত্ৰ ভাষা।
ক্ষিপ্ৰ তথ্য কোৰীয় ভাষা, থলুৱা অঞ্চল ...
কোৰীয় ভাষা | |
---|---|
조선말/朝鮮말 (উত্তৰ কোৰিয়া) 한국어/韓國語 (দক্ষিণ কোৰিয়া) | |
থলুৱা অঞ্চল | অবিভক্ত কোৰিয়া |
জাতীয়তা | কোৰীয় জাতি |
স্থানীয় ভাষিক |
৭.৭২ কোটি (2010)[1] |
ভাষা পৰিয়াল |
বিচ্ছিন্ন ভাষা (Language isolate)/কোৰীয় ভাষা পৰিয়াল
|
পূৰ্বসূৰী |
প্ৰট' কোৰীয় ভাষা
|
লিখন প্ৰণালী | হানগুল লিপি কোৰীয় ব্ৰেইল্ হাঞ্জা লিপি |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
দক্ষিণ কোৰিয়া উত্তৰ কোৰিয়া চীন (জিলিন প্ৰদেশ) |
স্বীকৃতিপ্ৰাপ্ত গৌণ ভাষা |
|
ভাষা সংকেত | |
ISO 639-1 | ko |
ISO 639-2 | kor |
ISO 639-3 | kor |
গ্লোটোলগ | kore1280 [2] |
লিংগোৱাস্ফেয়াৰ | 45-AAA-a |
থলুৱা কোৰীয় ভাষী লোক বাস কৰা অঞ্চলসমূহ ৰঙা ৰঙেৰে আৰু বুজন সংখ্যক প্ৰবাসী কোৰীয় ভাষী লোক বাস কৰা অঞ্চলসমূহ সেউজীয়া ৰঙেৰে চিহ্নিত কৰা হৈছে |
বন্ধ কৰক