কোচবিহাৰ ৰাজপ্ৰসাদ
পশ্চিমবঙ্গ ৰাজ্যৰ এক ঐতিহাসি কৃতিচিহ্ন। যি কোচবিহাৰ জিলাত অৱস্থিত। / From Wikipedia, the free encyclopedia
কোচ বিহাৰ ৰাজপ্ৰসাদ হৈছে পশ্চিমবংগৰ কোচ বেহাৰ জিলাৰ এক ঐতিহাসিক কীৰ্তিচিহ্ন। ইটালীৰ ৰেনেছাঁ শৈলীৰ স্থাপত্যৰ অনুসাৰে ইয়াৰ ডিজাইন কৰা হৈছিল আৰু ১৮৮৭ চনত, কোচ বংশৰ মহাৰাজ নৃপেন্দ্ৰ নাৰায়ণৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল। বৰ্তমান ই এক সংগ্ৰহালয়।[1]
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
কোচবিহাৰ ৰাজপ্ৰসাদ | |
---|---|
এটা এএচআই তালিকাভুক্ত স্মৃতিসৌধ | |
কোচ বিহাৰ ৰাজপ্ৰসাদৰ Façade | |
সাধাৰণ তথ্য | |
স্থাপত্য শৈলী | শাস্ত্ৰীয় পশ্চিমীয়া / ইটালীয় নৱ-জাগৰণ |
অৱস্থিতি | কোচ বিহাৰ, পশ্চিম বংগ, ভাৰত |
স্থানাংক | 26°19′37.28″N 89°26′11.23″E |
নিৰ্মাণ আৰম্ভ | ১৮৮৭ |
নক্সা আৰু নিৰ্মাণ | |
গ্ৰাহক | মহাৰাজ নৃপেন্দ্ৰ নাৰায়ণ |